প্ৰেম

প্ৰেম আৰু ঈশ্বৰ ঈশ্বৰ আৰু প্ৰেম অনুৰূপ এখন নৈ , প্ৰেম ঈশ্বৰৰ দৰেই শক্তিশালি দৃষ্টিগোচৰ নহলেও হৃদয়ত ঘৰ সাজি অনুভৱৰ পথাৰত ডাঙৰি বান্ধি ফুৰে , প্ৰেম আৰু ঈশ্বৰ অনুৰূপ এটি সূৰ্য প্ৰেমে বুকুত জুই একুঁৰা জ্বলাই দি ফিৰিঙতি বিচাৰি ফুৰে ঠিক যিদৰে ঈশ্বৰে দুখ দি প্ৰাৰ্থনাৰ দাবী কৰে ।