সুস্থ চিন্তা

 1)ধৈৰ্যৰ শক্তি যেতিয়া বাঢ়ি যায় তেতিয়া কষ্ট দিয়োতাজন মূল্যহীন হৈ পৰে । 

2) বিশ্বাসঘাতক মানুহ এজনক বাৰ বাৰ ক্ষমা কৰিব কৰিলেও কিন্তু কেতিয়াও বিশ্বাস কৰিব নালাগে । সময় পৰিৱৰ্তন হয় কিন্তু মানুহৰ চৰিত্ৰ পৰিৱৰ্তন নহয়।

3)  আপোনবোৰ এটা ধাৰণা প্ৰকৃততে আপোনাৰ আপোন কোনেও নহয় । স্বাৰ্থ থাকিলেহে আপোনৰ মুখা পিন্ধি থাকে । 

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

সুস্থ চিন্তা

খোলা বারান্দা