সুস্থ চিন্তা

 আমি কাৰোবাক ইমান ভাল পাই পেলাও তেতিয়া নিজক  পাহৰি যাওঁ  , অথচ দিনৰ পৰ দিন তাক ভাল পোৱাৰ পিছত যেতিয়া শূণ্য হাতত ঘূৰি আহিব লাগে তেতিয়া  বুজি পাওঁ নিজৰ বাহিৰে কোনেও কাকো ভাল পাব নোৱাৰে ।

এই যুগত  প্ৰচণ্ড ভালপোৱা, আবেগ অনুভূতি ,  আবদাৰ এইবোৰৰ একো মূল্য নাই । বৰ্তমান বিজ্ঞাপনৰ যুগ , যিয়ে মাত্ৰ প্ৰেমৰ বিজ্ঞাপন ভালকৈ দিব পাৰে তেওঁ আবেগ অনুভূতিৰ মূল্য পায় । 

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু