সুস্থ চিন্তা

 এক ঘৰৰ মাজত থাকিও তাক নোপোৱাৰ আক্ষেপ আৰু অপেক্ষাই অন্তৰ জ্বলি ছাঁই হয় । এই পৃথিৱীত কৌটি কৌটি মানুহ আছে তাৰ পিছতো কোনো এজনৰ প্ৰতি তীব্ৰ হাহাকাৰ জাগে মনত ,  অলপ কথা কোৱাৰ ইচ্ছা জাগে , এপলক চোৱাৰ বাসনা জাগে । তাৰ বাবেই নিজৰ মাজত আন এক জগত গঢ়ি লওঁ , তাৰ বাবে চকুলোঁ , তাৰ বাবেই ওঁঠত হাঁহি । এয়াই ভালপোৱা ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু